Download Now Banner

This browser does not support the video element.

নগাঁও: প্ৰসংগ-সমজিলা আয়ুক্তই অংগনৱাড়ী কৰ্মীক ধমক দিয়া আৰু সংবাদ মাধ্যমৰ ওপৰত বিৰূপ মন্তব্য কৰাৰ প্ৰসংগত ৰহাত আয়ক্তৰ সংবাদ মেল

Nagaon, Nagaon | Sep 6, 2025
প্ৰসংগ- ৰহা সমজিলা আয়ুক্তই অংগনৱাড়ী কৰ্মীক ধমক দিয়া আৰু সংবাদ মাধ্যমৰ ওপৰত বিৰূপ মন্তব্য কৰাৰ প্ৰসংগত ৰহা সমজিলা আয়ক্তৰ শনিবাৰে বিয়লি প্ৰায় চাৰি মান বজাত সংবাদ মেল৷ সংবাদমেল সম্বোধন কৰি আয়ুক্ত গৰাকীয়ে কয় মেডিয়াৰ ওপৰত মোৰ কোনো বেয়া ইণ্টনচন নাই৷ আনাগত দিনত আমি সকলোৱে মিলিজুলি কাম কৰিম আৰু কেন্দ্ৰটোৰ সমস্যাবোৰ সমাধান কৰিম৷ অংগনবাড়ী কৰ্মীগৰাকীয়ে কৰ্তৃপক্ষক নজনাই অকৰ্তৃত্বশীলভাৱে মেডিয়াৰ আগত প্ৰকাশ কৰাৰ প্ৰসংগতহে কথাখিনি কৈছিলো৷ ইপিনে অংগনৱাড়ী কৰ্মীগৰাকীয়ে সমজিলা আয়ুক্
Read More News
T & CPrivacy PolicyContact Us