Download Now Banner

This browser does not support the video element.

টিয়ক: কলিয়াপানী স্থিত আউনীআটী সত্ৰত "ভক্তি তত্ত্ব" শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে সত্ৰাধিকাৰ ড৹ পিতাম্বৰ দেৱ গোস্বামীয়ে

Teok, Jorhat | Aug 26, 2025
কলিয়াপানী স্থিত আউনীআটী সত্ৰত "ভক্তি তত্ত্ব" শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে সত্ৰাধিকাৰ ড৹ পিতাম্বৰ দেৱ গোস্বামীয়ে । এতিয়া পবিত্ৰ ভাদ মাহ । হৰি নামৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ সত্ৰ নামঘৰ। পুৱাৰে পৰা হৰি নামে মুখৰিত হৈছে সত্ৰৰ চৌপাশ।আজি সত্ৰত উপস্থিত হয় ড৹ পিতাম্বৰ দেৱ গোস্বামী । ৰৰৈয়া জালকুৰীয়া সত্ৰৰ প্ৰবীন গোস্বামীৰ ভক্তি তত্ত্ব শীৰ্ষক গ্ৰন্থ উন্মোচন ।
Read More News
T & CPrivacy PolicyContact Us