Install App
dhubri_sangbad
This browser does not support the video element.
ধুবুৰী ভাগ: গোলকগঞ্জত জনজাতিকৰণৰ দাবীত উলিওৱা জোৰ সমদলত আৰক্ষীৰ লাঠিচাৰ্জ,সন্দৰ্ভত প্ৰতিক্ৰিয়া সাংসদ ৰকিবুল হুছেইনৰ
Dhubri Part, Dhubri | Sep 11, 2025
আৰক্ষীৰ লাঠিচাৰ্জত আহত হোৱা প্ৰতিবাদকাৰী সকলৰ স্বাস্থ্যৰ বুজ লবলৈ ধুবুৰী মেডিকেল কলেজত উপস্থিত সাংসদ ৰকিবুল হুছেইন । গোলকগঞ্জত জনজাতিকৰণৰ দাবীত উলিওৱা জোৰ সমদলত আৰক্ষীৰ লাঠিচাৰ্জত আহত হৈছিল শতাধিক প্ৰতিবাদকাৰী ৷ এই সমগ্ৰ ঘটনা সন্দৰ্ভত সাংসদ ৰকিবুল হুছেইনে দোষ জাপি দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!