Install App
mokib786
This browser does not support the video element.
মানকাচৰ: মানকাচৰ আৰক্ষীয়ে অভিযান চলাই 6 গৰাকীকৈ অবৈধ বাংলাদেশীক আটক,পুৱতি নিশাই পুশব্যক
Mankachar, South Salmara-Mankachar | Aug 25, 2025
সোমবাৰে পূৱতি নিশা অনুমাণিক 2বজাত মানকাচৰ আৰক্ষীয়ে মানকাচৰত আটক কৰে ৬ গৰাকীকৈ অবৈধ বাংলাদেশী নাগৰিক। আৰক্ষীয়ে অভিযান চলাই ৬ জন কৈ বাংলাদেশীক আটক কৰি পূৱতি নিশাই আটকাধীন বাংলাদেশী অবৈধ নাগৰিক সকলক আজি পূৱতি নিশা পুশব্যাক কৰে বুলি জানিব পৰা গৈছে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!