This browser does not support the video element.
শিৱসাগৰ: দিখৌ মুখত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী ৰংপুৰ মণ্ডলৰ উদ্যোগত
Sibsagar, Sivasagar | Aug 24, 2025
দিখৌ মুখত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী ৰংপুৰ মণ্ডলৰ উদ্যোগত । ৰংপুৰ মণ্ডলৰ উদ্যোগত আয়োজিত এই যোগদান কাৰ্যসূচীত কংগ্ৰেছ,অসম গণ পৰিষদ দলৰ পৰা প্ৰায় অৰ্ধ শতাধিক কৰ্মীয়ে আহি যোগদান কৰে বিজেপিত । বিজেপিৰ শিৱসাগৰ জিলা সভাপতি বিতোপন ৰাইদঙীয়া , ৰাজ্যিক মুখপাত্ৰ অংকিতা দত্ত, জিলা উপ সভানেত্ৰী দিপিকা দুৱৰী , মণ্ডল সভাপতি সূৰ্য কাগূয়ং উপস্থিত থাকে এই যোগদান কাৰ্যসূচীত।