This browser does not support the video element.
নগাঁও: কলঙত বিসৰ্জন প্রিয় শিল্পীগৰাকীৰ চিতাভস্ম
Nagaon, Nagaon | Sep 25, 2025
প্ৰথমবাৰৰ বাবে জুবিন গাৰ্গৰ চিতাভস্ম বিসৰ্জন নগাঁৱত। নগাঁৱৰ কলঙত বিসৰ্জন দিয়া হৈছে প্রিয় শিল্পীগৰাকীৰ চিতাভস্ম। পুষ্প সজ্জিত নাৱেৰে কলঙত বিসৰ্জন জুবিন গাৰ্গৰ চিতাভস্ম। নেহৰুবালিত ৰূপন নাহৰ পুলি উপস্থিত হৈছে বিধায়ক ৰূপক শৰ্মা, জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা।