Download Now Banner

This browser does not support the video element.

কলগাছিয়া: বৰতাৰী কান্দুলীয়া যুৱ মঞ্চৰ উদ্যোগত কলগাছিয়াত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি উপলক্ষে এহেজাৰ গছ পুলি ৰোপন

Kalgachia, Barpeta | Sep 28, 2025
কলগাছিয়াৰ "বৰতাৰী কান্দুলীয়া যুৱ মঞ্চ"ৰ উদ্যোগত প্ৰয়াত কণ্ঠশিল্পী "জুবিন গাৰ্গ"ৰ শ্ৰদ্ধাঞ্জলি উপলক্ষে বৃক্ষৰোপণ । বৰতাৰী, কান্দুলীয়া গাঁৱৰ বিভিন্ন অনুষ্ঠান -প্ৰতিষ্ঠান, ৰাজ্যিক ঘাইপথৰ দুয়োপাশে প্ৰিয় শিল্পী গৰাকীৰ স্মৃতি ৰক্ষাৰ্থে এহেজাৰ গছ পুলি ৰোপনৰ সংকল্প লৈ ৰবিবাৰে ২০০ জোপা গছ পুলিৰ লগতে শিল্পী গৰাকীৰ আটাইতকৈ প্ৰিয় নাহৰ গছ ৰোপন কৰা হয়। উক্ত কাৰ্যসূচীত বন সংমণ্ডল বিষয়া, আৰক্ষী বিষয়া আৰু ৰাইজে উপস্থিত থাকে ৷
Read More News
T & CPrivacy PolicyContact Us