Install App
priyanka1162
This browser does not support the video element.
মৰিয়নি: মৰিয়নিত চাঞ্চল্যকৰ ঘটনা, এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক বিদ্যালয়লৈ আহি থকাৰ সময়ত মেজিক চালকৰ যৌন নিৰ্যাতনৰ চেষ্টা
Mariani, Jorhat | Oct 7, 2025
মৰিয়নিত চাঞ্চল্যকৰ ঘটনা ৷ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক বিদ্যালয়লৈ আহি থকাৰ সময়ত মেজিক চালকৰ যৌন নিৰ্যাতনৰ চেষ্টা । বিদ্যালয়লৈ আহি থকাৰ সময়ত মেজিক চালকে ছাত্ৰী গৰাকীক স্প্ৰে মাৰি অচেতন কৰি যৌন নিৰ্যাতন কৰাৰ চেষ্টা কৰে। মেজিক খন আন যাত্ৰী নথকাৰ সুযোগ গ্ৰহণ কৰি চালকে ছাত্ৰী গৰাকীক স্প্ৰে মাৰি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ ৷
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!