Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: গোলকগঞ্জত উচিত নৃশংস হত্যাকাণ্ডৰ ঘটনা, নিশা হত্যা কৰি পেলাই থৈ যায় পথাৰত,হত্যাকাণ্ড লৈ তীব্ৰ চাঞ্চল্য অঞ্চলটোত

Dhubri Part, Dhubri | Sep 13, 2025
উচিতা গাঁৱৰ ছামাত আলীৰ পুত্ৰ এক্ৰামূল হক নিশা বাৰ বজাত ঘৰৰ পৰা ওলাই আহে মাছ মাৰিবলৈ। পুৱালৈ ঘৰত ঘুৰি নোযোৱাত ইফাল সিফাল খোজ খবৰ কৰে। শনিবাৰে দুপৰীয়া ১২ বজাত স্থানীয় ইটা ভাটাৰ কাষৰ পথাৰত স্থানীয় ৰাইজে মৃতদেহ প্ৰত্যক্ষ কৰে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত লাগে হুৱাদুৱা। খবৰ পাই উপস্থিত হয় গোলকগঞ্জ আৰক্ষী। মৃতদেহৰ শৰীৰত চোকা অস্ত্ৰৰে খপিওৱা চিহ্ন স্পষ্ট।
Read More News
T & CPrivacy PolicyContact Us