Install App
usr509065
This browser does not support the video element.
টেঙাখাত: দুলীয়াজানৰ ১ নং বৰপথাৰত এজন লোকৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ তীব্ৰ চাঞ্চল্য, আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত
Tengakhat, Dibrugarh | Sep 5, 2025
দুলীয়াজানৰ ১ নং বৰপথাৰত উদ্ধাৰ এজন লোকৰ মৃতদেহ। আৰক্ষীয়ে উদ্ধাৰ হোৱা মৃতদেহটো ৩ নং নাওশলীয়া গাঁৱৰ বিজু গড় বুলি চিনাক্ত কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!