This browser does not support the video element.
ধুবুৰী ভাগ: বিলাসীপাৰাত বিজেপিৰ সাংগঠনিক সভা,উপস্থিত প্ৰাঃ বিধায়ক
Dhubri Part, Dhubri | Aug 23, 2025
বিলাসীপাৰা বিজেপিৰ সম জিলা কাৰ্যালয়ত বিজেপিৰ এক সাংগঠনিক সভা অনুষ্ঠিত হয়। উক্ত সভাত বিধানসভা নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰা হয় । ইপিনে উক্ত সভাত ভাৰতীয় জনতা পাৰ্টি বিলাসীপাৰা সম জিলাৰ নৱ নিযুক্ত প্ৰভাৰী শ্ৰীযুত দীপক কুমাৰ সাহা ডাঙৰীয়া আৰু সহ প্ৰভাৰী শ্ৰীযুত গোপী ঘোষ ডাঙৰীয়াক জিলা কাৰ্যালয়ত অনুষ্ঠিত আদৰণি সভাত উপস্থিত থাকি অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে বিল