Download Now Banner

This browser does not support the video element.

তিনিচুকীয়া: মাকুমত টাইপা আৰু টাই আহোম মহিলা পৰিষদৰ জিলা সমিতিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী

Tinsukia, Tinsukia | Sep 13, 2025
টাই আহোম সকলক শীঘ্ৰেই অনুসূচীত জনজাতিৰ মৰ্যাদা প্ৰদান কৰা আৰু টাই আহোম স্বায়ত্ব শাসিত পৰিষদ গঠন কৰাৰ দাবীত টাই আহোম যুৱ পৰিষদ ,অসম (টাইপা) কেন্দ্ৰী য় সমিতিৰ আহ্বান মৰ্মে সমগ্র অসমৰ সমান্তৰালভাৱে দুপৰীয়া প্ৰায় ১বজাত টাইপা আৰু টাই আহোম মহিলা পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সহযোগত মাকুম ট্রেফিক পইণ্টৰ সমীপত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।
Read More News
T & CPrivacy PolicyContact Us