This browser does not support the video element.
মাৰ্ঘেৰিটা: ডিগবৈত পঞ্চদশ বিত্তীয় আয়োগৰ অনুদানৰ কাম কাজৰ সন্দৰ্ভত পৰ্যালোচনা সভাত ভাগ লয় ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকনে
Margherita, Tinsukia | Aug 22, 2025
ডিগবৈত উন্নয়ন খণ্ডৰ অধীনৰ পঞ্চায়ত সমূহত চলি থকা পঞ্চদশ বিত্তীয় আয়োগৰ অনুদানৰ কাম কাজ সমূহৰ লগতে প্ৰধানমন্ত্ৰী আৱাস যোঁজনা গ্ৰামীণৰ জড়িয়তে পকী ঘৰ লাভ কৰা হিতাধিকাৰী সকলে সময়মতে গৃহ নিৰ্মাণ কৰি তোলাৰ সন্দৰ্ভত শুকুৰবাৰে দুপৰীয়া ২.৩০ মিনিটত এক পৰ্যালোচনা সভাত ভাগ লয় ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকনে । ডিগবৈ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী তৃষ্ণা ফুকন বৈৰাগীৰ সভাপতিত্বত খণ্ড উন্নয়ন বিষয়া কাবেৰী বুঢ়াগোহাঁইয়ে ।