This browser does not support the video element.
বাক্সা: মুছলপুৰত হিট এণ্ড ৰানৰ ঘটনাত জড়িত বাহন জব্দ, ৷ এজনক গ্ৰেপ্তাৰ ৷
Baska, Baksa | Sep 3, 2025
বাক্সা জিলাৰ মুছলপুৰত সংঘটিত হিট এণ্ড ৰানৰ ঘটনাত জড়িত বাহনখন আজি আৰক্ষীয়ে জব্দ কৰাৰ লগতে বাহনখনৰ গৰাকীকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।জিলা আৰক্ষী অধীক্ষক উজ্জ্বল প্ৰতীম বৰুৱাই আৰক্ষীয়ে ঘটনাস্থলীত বাহন খনৰ পৰি যোৱা লুকিং আইনাৰ ভগ্নাৱশেষৰ আঁত ধৰি চলোৱা অনুসন্ধানত আঠ দিন ধৰি অন্তৰ্ধান হৈ থকা দুৰ্ঘটনাত পতিত এ এছ 0১এফ আৰ-১১৩৮ নম্বৰৰ স্কৰ্পিঅʼ বাহনখন জব্দ কৰাৰ লগতে বাহন খনৰ গৰাকী প্ৰশান্ত কুমাৰ দাসক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।