Download Now Banner

This browser does not support the video element.

মঙলদৈ ভাগ: ১ ছেপ্টেম্বৰ ৰ পৰা দৰং জিলাৰ বিদ্যালয় সমূহৰ পাঠদান পূৰ্বৰ সময়ত আৰম্ভ হব,এই কথা সদৰী কৰিলে দৰং জিলা আয়ুক্তই

Mangaldoi Part, Darrang | Aug 31, 2025
পূৰ্বৰ সময়ত 1ছেপ্টেম্বৰ পৰা দৰঙত 9 বজাৰ পৰা অনুষ্ঠিত হ'ব বিদ্যালয়ৰ পাঠদান।গৰমৰ বাবে দৰঙৰ বিদ্যালয় সমূহ ৰাতিপুৱা অনুষ্ঠিত হৈছিল।দৰং জিলা প্ৰশাসনে পুনৰ 1 ছেপ্তেম্বৰৰ পৰা পূৰ্বৰ সময়ত পাঠদান হ'ব বুলি প্ৰেছ বিজ্ঞপ্তি‌ যোগে সদৰি‌কৰে
Read More News
T & CPrivacy PolicyContact Us