This browser does not support the video element.
মানকাচৰ: মন্ত্ৰী অশোক সিংঘালৰ বিৰুদ্ধে হাটশিঙিমাৰীত জিলা কংগ্ৰেছে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ
Mankachar, South Salmara-Mankachar | Aug 30, 2025
শনিবাৰে সন্ধিয়া ৫:৩০ বজাত হাটশিঙিমাৰীত জিলা কংগ্ৰেছৰ প্ৰতিবাদ কাৰী সকলে প্ৰতি মুৰ্তি দাহ কৰে মন্ত্ৰী অশোক সিংঘালৰ।উল্লেখ্য যে মন্ত্ৰী অশোক সিংঘালে ৰাজহুৱা সভাৰ তেওঁ দিয়া ভাষনত ৰাষ্ট্ৰীয় দল কংগ্ৰেছ দলক জন্তুৰ লগত তুলনা কৰাক লৈ ৰাজ্য জুৰি সৃষ্টি হৈছে মন্ত্ৰী গৰাকীৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ।