This browser does not support the video element.
ডুমডুমা: আটছা ডাঙৰী চাহ বাগিছা উপ শাখা সমিতিৰ উদ্যোগত তালাপ-ডাঙৰী চাহ বাগিছাত প্ৰতিবাদী কাৰ্যসূচী
Doom Dooma, Tinsukia | Sep 2, 2025
মঙ্গলবাৰে দুপৰীয়া প্রায় ২.৩০ মিনিটত আটছা ডাঙৰী চাহ বাগিছা উপ শাখা সমিতিৰ উদ্যোগত আৰু শ্ৰমিক ৰাইজৰ সহযোগত তালাপ-ডাঙৰী চাহ বাগিছাত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।প্ৰতিবাদৰ জৰিয়তে চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা, শাৰদীয় দূৰ্গোৎসৱৰ প্ৰাক্ মূহুৰ্তত শ্ৰমিকৰ প্ৰাপ্য বোনাচ ২০ শতাংশ এককালীনভাবে প্ৰদানৰ লগতে বেংকৰ পৰিৱৰ্তে হাতে হাতে প্ৰদানৰ দাবী আটছাৰ ৷