Download Now Banner

This browser does not support the video element.

মাৰ্ঘেৰিটা: ডিগবৈত উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ চাৰিসীমাৰ পকীবেৰ আৰু মূল পথৰ প্ৰৱেশ গেট উদ্বোধন বিধায়ক সুৰেন ফুকনৰ

Margherita, Tinsukia | Sep 10, 2025
বুধবাৰে দুপৰীয়া প্ৰায় ১২ বজাত ডিগবৈ উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ চাৰিসীমাৰ পকীবেৰ আৰু মূল পথৰ প্ৰৱেশ গেট উদ্বোধন কৰে ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকনে ।বিধায়ক গৰাকীয়ে শুভ উদ্ধোধন কৰি ১৪ লাখ ৯৮ হাজাৰ টকা ব্যয়েৰে নিৰ্মিত এই চাৰিবেৰা পকীকৰণ আৰু১৪ লাখ ৯৮ হাজাৰ টকা ব্যয়েৰে নিৰ্মিত এই চাৰিবেৰা পকীকৰণ আৰু প্ৰৱেশ পথৰ গেটে অনুষ্ঠানটোক অধিক সুন্দৰ কৰি তুলিলে বুলি কয় ।
Read More News
T & CPrivacy PolicyContact Us