Download Now Banner

This browser does not support the video element.

গুৱাহাটী: গুৱাহাটীত স্বামী পৰিয়ালৰ অত্যাচাৰৰ বাবেই চৰম পন্থা মাজুলীৰ এগৰাকী যুৱতীৰ, পল্টন বজাৰ আৰক্ষী থানাত এজাহাৰ পৰিয়ালৰ

Guwahati, Kamrup Metropolitan | Aug 22, 2025
গুৱাহাটীত স্বামী পৰিয়ালৰ অত্যাচাৰৰ বাবেই চৰম পন্থা বাছি ল'লে মাজুলীৰ এগৰাকী যুৱতী ,পল্টন বজাৰ আৰক্ষী থানাত এজাহাৰ পৰিয়ালৰ। পৰিয়ালে দাখিল কৰা এজাহাৰত ভয়ংকৰ কথা উল্লেখ ।যৌতুক দাবী কৰি বুলবুলিক চলাইছিল স্বামী পৰিয়ালে দীৰ্ঘদিনে অত্যাচাৰ। স্বামী শিৱ কলিতাৰ মাতৃ বায়েক আৰু ভিনীহিয়েকৰ বাবেই আত্মহত্যা কৰাৰ অভিযোগ পৰিয়ালৰ।
Read More News
T & CPrivacy PolicyContact Us