This browser does not support the video element.
বালিজানা: জিলা আয়ুক্তৰ কাৰ্যালয়ত আদি কৰ্মযোগী অভিযানৰ সভা অনুষ্ঠিত হয
Balijana, Goalpara | Sep 6, 2025
জিলা আয়ুক্তৰ কাৰ্যালয়ত আদি কৰ্মযোগী অভিযানৰ সভা অনুষ্ঠিত হয়।ভাৰত চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে দেশৰ জনজাতীয় লোকসকলৰ সামগ্ৰিক জীৱন ধাৰণৰ মান উন্নত কৰাৰ বাবে আৰম্ভ কৰা আদি কৰ্মযোগী অভিযান সম্পৰ্কত আজি গোৱালপাৰা জিলা প্ৰশাসনে এখন সভা অনুষ্ঠিত কৰে। গোৱালপাৰাৰ জিলা উন্নয়ন আয়ুক্ত ৰঞ্জিত কোঁৱৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সহকাৰী আয়ুক্ত আশিস কলিতাই সভাৰ উদ্দেশ্য বাখ্যা কৰে l