This browser does not support the video element.
নগাঁও: কলিয়াবৰৰ ৰৌমাৰীত নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথত বাগৰিল তীব্ৰ বেগী এখন স্কৰপিঅ' বাহন,গুৰুত্বৰভাবে আঘাটপ্ৰাপ্ত চালক
Nagaon, Nagaon | Sep 11, 2025
কলিয়াবৰৰ ৰৌমাৰীত নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথত বাগৰিল তীব্ৰ বেগী এখন স্কৰপিঅ' বাহন,গুৰুত্বৰভাবে আঘাটপ্ৰাপ্ত চালকক চিকিৎসালয়ত ভৰ্তি ।বৃহস্পতিবাৰে বিয়লি প্ৰায় পাঁচ মান বজাত এটা গৰুৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত ভয়াবহ পথ দূৰ্ঘটনা।কলিয়াবৰৰ ৰৌমাৰীত নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথত বাগৰিল তীব্ৰ বেগী এখন স্কৰপিঅ' বাহন।অৰুণাচলৰ পৰা গুৱাহাটী অভিমুখী আছিল তীব্ৰ বেগী স্কৰপিঅ' খন।দুৰ্ঘটনাত স্কৰপিঅ' বাহন খনৰ চালক জন গুৰুত্বৰ ভাবে আহত হোৱাত স্থানীয় ৰাইজৰ তৎপৰতাত চিকিৎসালয়