Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: ধুবুৰী জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলাখনত বিভিন্ন বিভাগৰ মুৰব্বী সকলৰ সৈতে জিলা আয়ুক্তৰ পৰ্যালোচনা বৈঠক

Dhubri Part, Dhubri | Sep 10, 2025
বুধবাৰে দিনৰ আনুমানিক ১১ বজাত ধূবুৰী জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্তৰ উপস্থিতিত জিলাখনৰ বিভিন্ন বিভাগৰ কেইবাগৰাকী মুৰব্বীৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয়। উক্ত বৈঠকত জিলা খনত চলি থকা উন্নয়ণ মূলক কামৰ বিষয়ে অবগত হয়।
Read More News
T & CPrivacy PolicyContact Us