Install App
chirangnews494
This browser does not support the video element.
দাংতল ৰাজহ চক্ৰ: আগন্তুক বিটিআৰ নিৰ্বাচন লৈ দাউখানগৰত সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ সভা অনুষ্ঠিত, উপস্থিত সাংসদ সুস্মিতা দেৱ
India | Sep 10, 2025
বিটিচিৰ মানুহে বুজিব লাগিব যে বিপিএফ আৰু ইউপিপিএলক ফাণ্ডিং কৰে বিজেপিয়ে মন্তব্য সাংসদ সুস্মিতা দেৱৰ,বিটিচি পৰিষদীয় নিৰ্বাচন টিএমচিয়ে ভাল ফলাফল পাব,বিটিচিৰ ৰাইজে পৰিবৰ্তন বিচাৰিছে সেইবাবে টিএমচিয়ে আগবাঢ়ি আহি বিটিচি পৰিষদীয় নিৰ্বাচনত প্ৰাৰ্থী দিছে,বিপিএফ আৰু ইউপিপিএলক ভোট দিয়া মানে বিজেপিক ভোট দিয়া হ'ব।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!