This browser does not support the video element.
বজালী ভাগ: ভাৰতীয় জনতা পাৰ্টি বজালী জিলা সমিতিৰ উদ্যোগত বজালীত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচী মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ অংশগ্ৰহণ
Bajali Part, Barpeta | Sep 1, 2025
কংগ্ৰেছ দলৰ নেতৃত্বই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃক অশালীন ভাষাৰে অপমান কৰাৰ প্ৰতিবাদত সোমবাৰে ভাৰতীয় জনতা পাৰ্টি বজালী জিলা সমিতিৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ৷ ভাৰতীয় জনতা পাৰ্টি বজালী জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসেও অংশগ্ৰহণ কৰে ৷ জিলা সভাপতি পদ্ম শৰ্মাৰ নেতৃত্বত ৰূপায়ণ হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত জিলা তত্বাৱধায়িকা সুৰভি লহকৰ আদি কৰি দলৰ কাৰ্যকৰ্তা সকল উপস্থিত থাকে ৷