Download Now Banner

This browser does not support the video element.

চাবুৱা: নিষিদ্ধ সংগঠনৰ নাম লৈ ৰহমৰীয়াত পুনৰ ধন দাবীৰে ফোন, অইলৰ কৰ্মচাৰী ভবেশ দাসক ২০ হাজাৰ টকাৰ দাবী কৰাৰ অভিযোগ

Chabua, Dibrugarh | Sep 6, 2025
চাবুৱাত আলফাৰ নাম লৈ পুনৰ ধন দাবীৰ অভিযোগ। এইবাৰ ২০ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য বিচাৰি আলফাৰ নাম লৈ ফোন অইলৰ এগৰাকী কৰ্মচাৰিলৈ। পূৰ্বেও চাবুৱাৰ আজাদ হুচেইন নামৰ এজন ব‍্যৱসায়ীলৈ একেজন ব‍্যক্তিয়ে‌ই ফোন কৰি ধন দাবী কৰিছিল। আজি শনিবাৰে বিয়লি ৪ বজাত সংবাদমেল সম্বোধন কৰি অভিযোগ উত্থাপিত কৰে ভবেশ দাসে।
Read More News
T & CPrivacy PolicyContact Us