This browser does not support the video element.
নগাঁও: জুৰীয়াৰ ফুৰহানিআটিৰ পৰা বালুচৰ যোৱা পথৰ জৰাজীৰ্ণ ৰূপ, প্ৰতিবাদ ৰাইজৰ
Nagaon, Nagaon | Aug 22, 2025
এইখন অসমৰেই এটা পথৰ উন্নয়নৰ দৃশ্য থাকিলে চকু কপালত উঠিব আপোনাৰ।পথ গুছি পুখুৰী হ'ল উন্নয়নৰ নামত যেন একো নহ'ল। পথ নহয় যেন মৰণ ফাণ্ড।যাৰ বাবে উত্তাল প্ৰতিবাদ ৰাইজৰ, ভোট বৰ্জনৰো দিলে হুংকাৰ ।বৰ্তমানৰ ৰূপহীহাট সমষ্টি আৰু পূৰ্বে ধিং সমষ্টিৰ অন্তৰ্গত জুৰীয়াৰ ফুৰহানিআটিৰ পৰা বালুচৰ যোৱা পথটোৰ বিগত ১৫টা বছৰে ধিঙৰ বিধায়ক আমিনুল ইছলামে পথৰ মেৰামতিৰ নামত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে। যাৰ পৰিপ্ৰেক্ষিতত জীয়াতো ভূগিছে ছাত্ৰ-ছাত্ৰীকে ধৰি সাধাৰণ জনতাই।বিপদ শংকুলভাৱে অহা-যোৱ