This browser does not support the video element.
মাজুলী: নয়াবজাৰত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ পদযাত্ৰা, উপস্থিত থাকে বিধায়ক ভূৱন গাম
Majuli, Majuli | Apr 8, 2024
মাজুলীত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পদযাত্ৰা।নয়াবজাৰ পাচ আলিৰ পৰা মনভালচূকলৈ ৩ কিলোমিটাৰ পদযাত্ৰা জয়ন্ত মল্ল বৰুৱাৰ।হাজাৰ হাজাৰ পুৰুষ মহিলাৰ জয়ন্ত মল্লৰ বৰুৱাৰ লগত পদযাত্ৰাত অংশ গ্ৰহণ।তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ জয়ন্ত মল্লৰ।বিধায়ক ভুৱন গামে অংশগ্ৰহণ কৰে এই পদযাত্ৰাত