This browser does not support the video element.
তিনিচুকীয়া: জুবিনৰ আদ্যশ্ৰাদ্ধৰ দিনা সদৰৰ পূজা মন্দিৰত নাহৰ গছপুলি ৰোপণ বিধায়ক সঞ্জয় কিষানৰ
Tinsukia, Tinsukia | Sep 29, 2025
সোমবাৰে তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক সঞ্জয় কিষানে জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ দিনা তিনিচুকীয়া পূজা মন্দিৰ প্ৰাংগণত জুবিন গাৰ্গক জীয়াই ৰখাৰ প্ৰচেষ্টাৰে নাহৰ গছপুলি ৰোপণ কৰে। গছপুলি ৰোপণ কায্যসূচীত বিধায়ক সঞ্জয় কিষাণক সহযোগিতা আগবৰহায় পৰিবেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ঋতুৰাজ বৰুৱাই।