Download Now Banner

This browser does not support the video element.

বালিজানা: চহৰৰ হৰিসভা দুৰ্গাপূজা মণ্ডৱত দেৱী দুৰ্গাৰ লগতে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি

Balijana, Goalpara | Sep 30, 2025
চহৰৰ হৰিসভা দুৰ্গাপূজা মণ্ডৱত দেৱী দুৰ্গাৰ লগতে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি।আজি মহা অষ্টমী , ৰাজ্যজুৰি দুৰ্গতিনাশিনীক আৰাধনা চলিছে। প্ৰতিটো দুৰ্গা পূজা স্থলীত জাকজমকতাৰ বিপৰীতে আছে মাথোঁ আধ্যাত্মিকতা। সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পিছত পূজাৰ বতৰত নাই কোনো উচাহ-উদ্দীপনা। সকলোয়ে ধৰ্মীয় ৰীতি নীতিৰে কেৱল পূজা অৰ্চনা কৰিছে। লগতে পূজা মণ্ডপত সমূহত দেখা গৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবি, সকলোয়ে পূজাৰ সমান্তৰালকৈ শিল্পী গৰাকী শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয
Read More News
T & CPrivacy PolicyContact Us