Download Now Banner

This browser does not support the video element.

লক্ষীপুৰ: ইন্ডিয়া মার্চ ফৰ চায়েন্সৰ উদ্যোগত কুমৰি বজাৰৰ পৰা কুমৰি হাইস্কুললৈ বিজ্ঞান যাত্ৰা উলিওৱা হয়

Lakhipur, Goalpara | Aug 22, 2025
ইন্ডিয়া মার্চ ফৰ চায়েন্সৰ উদ্যোগত কুমৰি বজাৰৰ পৰা কুমৰি হাইস্কুললৈ বিজ্ঞান যাত্ৰা উলিওৱা হয়। উক্ত যাত্ৰাত তিনিশৰো অধিক ছাত্র-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে। উল্লেখ্য যে যোৱা ২০১৭ চনৰ পৰাই গোটেই বিশ্বজুৰি এই বিজ্ঞান আন্দোলন আৰম্ভ হয়।বিশেষকৈ বিজ্ঞান আৰু বিজ্ঞান শিক্ষাৰ ওপৰত নমাই অনা আক্ৰমণৰ বিৰুদ্ধে এই আন্দোলনৰ সূত্রপাত হয়। অবৈজ্ঞানিক আৰু অস্পষ্টতাবাদী ধাৰণাসমূহৰ প্ৰচাৰ বন্ধ কৰা। সংবিধানৰ অনুচ্ছেদ ৫১ (ক) অনুসৰি বৈজ্ঞানিক টেম্পাৰক প্ৰসাৰ কৰাৰ দাবীত যাত্ৰা উলিওৱা হয়।
Read More News
T & CPrivacy PolicyContact Us