Download Now Banner

This browser does not support the video element.

কোকৰাঝাৰ ভাগ: চিথিলাত গণ সুৰক্ষা পাৰ্টিৰ সভাপতি নৱকুমাৰ শৰণীয়াৰ সংবাদ মেল, ফকিৰাগ্ৰাম পৰিষদিয় সমিষ্টিত জিএছপীৰ প্ৰাৰ্থীৰ নাম ঘোষণা

Kokrajhar Part, Kokrajhar | Sep 1, 2025
সোমবাৰ দিনা বিয়লি ৪.৩০ বজাত কোকৰাঝাৰ জিলাৰ চিথিলাত গণ সুৰক্ষা পাৰ্টিৰ সভাপতি নৱকুমাৰ শৰণীয়া সংবাদমেল অনুষ্ঠিত কৰি বিপিএফৰ পৰা টিকেট নুপোবা বিটিচিৰ ৭ নং ফকিৰাগ্ৰাম সমষ্টিৰ গণ সুৰক্ষা দলৰ (GSP ) প্ৰাৰ্থী সুকুমাৰ দেৱনাথৰ নাম ঘোষনা নৱ কুমাৰ শৰণীয়ায়ে, লগতে তেওঁ কয় যে ফকিৰাগ্ৰাম পৰিষদিয় সমিষ্টিত জিএছপীৰ প্ৰাৰ্থীৰ জয় নিশ্চিত বুলি সাংবাদিকক জানিবলৈ দিয়ে
Read More News
T & CPrivacy PolicyContact Us