This browser does not support the video element.
শিৱসাগৰ: দুই তেল চোৰৰ লগতে এগৰাকী সাংবাদিকক দুদিনৰ ৰিমাইণ্ডত আনিছে শিৱসাগৰত আৰক্ষীয়ে
Sibsagar, Sivasagar | Aug 31, 2025
দুই তেল চোৰৰ লগতে এগৰাকী সাংবাদিকক দুদিনৰ ৰিমাইণ্ডত আনিছে শিৱসাগৰত আৰক্ষীয়ে । শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাৰ নেতৃত্বত এটা দলে দুই তেল চোৰক গ্ৰেপ্তাৰ কৰিছিল টিংৰাইৰ পৰা । পৰৱৰ্তী পৰ্যায়ত এগৰাকী সাংবাদিকক এই ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অভিযোগৰ ভিত্তিত ।