Download Now Banner

This browser does not support the video element.

দুধনৈ: ৰংজুলিত নিৰ্মাণ কৰা হৈছে ৭০ ফুট দৈৰ্ঘ্যৰ ৰাৱনৰ প্ৰতিমূৰ্ত্তি ,কাইলৈ কৰা হব ৰাৱন দাহন

Dudhnai, Goalpara | Oct 1, 2025
ৰংজুলিত নিৰ্মাণ কৰা হৈছে ৭০ ফুট দৈৰ্ঘ্যৰ ৰাৱনৰ প্ৰতিমূৰ্ত্তি ।অইন অইন বছৰৰ দৰে এইবেলিও ৰংজুলিত দুৰ্গাপূজাত নিৰ্মাণ কৰা হৈছে ৭০ ফুট দৈৰ্ঘ্যৰ ৰাৱনৰ প্ৰতিমূৰ্ত্তি।দশমীৰ দিনা ৰাৱনৰ প্ৰতিমূৰ্ত্তি দাহ কৰে। কালি দাহন কৰা হ'ব ৰংজুলিৰ ৭০ ফুট দৈৰ্ঘ্যৰ ৰাৱণৰ প্ৰতিমূৰ্তি। কিন্তু উক্ত ৰংজুলিৰ ৰাৱন দাহনৰ কাৰ্যসূচীত নাথাকিব আতচবাজী। আজি ৰাৱনৰ প্ৰতিমূৰ্ত্তি চাবলৈ শশ লোকে সমাৱেত হোৱা দেখা গৈছে।
Read More News
T & CPrivacy PolicyContact Us