Download Now Banner

This browser does not support the video element.

পশ্চিম যোৰহাট: JMCH ৰ কাউন্টাৰৰ কাষত চিকিৎসাৰ বাবে অপেক্ষা কৰি পাঁচ দিন , ৰাতি হুইল চেয়াৰৰ ওপৰত দিন পাৰ কৰিছে অভিভাৱক হীন লোক

Jorhat West, Jorhat | Aug 22, 2025
JMCH ৰ কাউন্টাৰৰ কাষত চিকিৎসাৰ বাবে অপেক্ষা কৰি পাঁচ দিন , ৰাতি হুইল চেয়াৰৰ ওপৰত দিন পাৰ কৰিছে এগৰাকী অসহায় অভিভাৱক হীন লোকে । এজন বন্ধুৱে চিকিৎসাৰ বাবে নি তেনেদৰে এৰি আহিল চিকিৎসালয়ত । ঘটনা অনুসৰি ১৩ আগষ্টত লিমা হোটেলত কৰ্মৰত বুদ্ধদেৱ চক্ৰৱৰ্তী নামৰ এজন কৰ্মচাৰী দুৰ্ঘটনাত পতিত হয় । কাম কৰি থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হৈ যথেষ্ট পৰিমাণে আঘাত প্ৰাপ্ত হয় ।
Read More News
T & CPrivacy PolicyContact Us