Download Now Banner

This browser does not support the video element.

মানকাচৰ: হাটশিঙিমাৰীৰ কোকৰাডাঙাৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰিবলৈ উপস্থিত হয় অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা

Mankachar, South Salmara-Mankachar | Aug 24, 2025
ৰবিবাৰে দুপূৰীয়া ১:৩০ বজাত হাটশিঙিমাৰীৰ কোকৰাডাঙাত আহি উপস্থিত হয় অসম চৰকাৰৰ মন্ত্ৰী পিযুজ হাজৰিকা।মন্ত্ৰী গৰাকীয়ে ধুবুৰীৰ পৰা স্পীড বৰ্ডেৰে নদী পথেৰে আহি উপস্থিত হয় হাটশিঙিমাৰীৰ কোকৰাডাঙাৰ গঢ়াখহনীয়া অঞ্চলৰ পৰিদৰ্শন কৰি পৰাস্হিতিৰ বুজ লয় । কোকৰাডাঙাৰ গঢ়াখহনীয়া অঞ্চল পৰিদৰ্শন কৰি ৫০০ মিটাৰ জিঅ মেগা টিউবেৰে কাম আৰাম্ভ হব বুলি মন্তব্য কৰে।
Read More News
T & CPrivacy PolicyContact Us