This browser does not support the video element.
মানকাচৰ: অসম মেঘালয়ৰ সীমান্ত টানগাওঁত জিলা প্ৰসাশনৰ উদ্দ্যোগত চলায় উচ্ছেদ অভিযান, উপস্থিত মানকাচৰ চক্ৰ বিষয়া
Mankachar, South Salmara-Mankachar | Aug 28, 2025
বৃহস্পতিবাৰে দিনৰ আনুমানিক ৩বজাত অসম মেঘালয়ৰ সীমান্ত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ টান গাওঁত জিলা প্ৰশাসনৰ উদ্দ্যোগত মানকাচৰ ৰাজহ চক্ৰ বিষয়া পাপ্পু গগৈৰ উপস্হিতিত চলায় উচ্ছেদ অভিযান। উল্লেখ্য যে চৰকাৰী মাটি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে চলায় আজিৰ উচ্ছেদ অভিযান। উক্ত অভিযানত জে চি বি লগাই চৰকাৰী মাটিত উঠোৱা ঘৰ জে চি বি লগাই ভাঙি দি চৰকাৰী মাটি বেদখলমুক্ত কৰে।