Download Now Banner

This browser does not support the video element.

বঙাইগাঁও ভাগ: ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি নৰ্থ বঙাইগাঁৱত অনুষ্ঠিত মুকলি দবা প্ৰতিযোগিতাত উপস্থিত বিধায়িকা দীপ্তিময়ী চৌধুৰী

Bongaigaon Part, Bongaigaon | Aug 31, 2025
দেওবাৰে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি নৰ্থ বঙাইগাঁও স্থিত হোটেল জাহ্নবীৰ সভাগৃহত বঙাইগাঁও জিলা প্ৰশাসন আৰু জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আৰু বঙাইগাঁও জিলা দবা সন্থাৰ সহযোগত  মুকলি দবা প্ৰতিযোগিতা আয়োজন অনুষ্ঠিত হয়। দবা প্ৰতিযোগিতাত স্থানীয় বিধায়িকা দীপ্তিময়ী চৌধুৰী লগতে জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us