Install App
bastav_news
This browser does not support the video element.
ওদালগুৰি: খাউৰাঙত অনুষ্ঠিত হয় বিপিএফ দলৰ যোগদান কাৰ্যসূচী, নতুন সদস্যক দললৈ আদৰণি জনালে প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীয়ে
Udalguri, Udalguri | Aug 28, 2025
বিটিচিৰ নিৰ্বাচনৰ দিন সমাগত।সেয়ে তৎপৰতা বৃদ্ধি হৈছে ৰাজনৈতিক দল সমুহৰ মাজত। আৰম্ভ হৈছে যোগদান আৰু পদত্যাগৰ জোৱাৰ। সেইদৰে ওদালগুৰি জিলাৰ খাউৰাঙত বিপিএফ দলৰ এটি যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। কাৰ্যসূচীত বিজেপি আৰু ইউপিপিএলৰ ২৫ গৰাকী মহিলা নেত্ৰীয়ে বিপিএফ দলৰ আনুষ্ঠানিক ভাৱে যোগদান কৰে। ইপিনে নতুন সদস্য সকলক গামোচা পিন্ধাই দললৈ আদৰণি জনালে অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীয়ে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!