Download Now Banner

This browser does not support the video element.

গোলাঘাট: গোলাঘাট বেঙেনাখোৱাত বৰ্ণাঢ্য কাৰ্য্যসূচীৰে গণেশ চতুৰ্থী উদযাপন,নাম প্ৰসংগৰে মুখৰিত চৌপাশ

Golaghat, Golaghat | Aug 27, 2025
গোলাঘাট বেঙেনাখোৱাত বৰ্ণাঢ্য কাৰ্য্যসূচীৰে গণেশ চতুৰ্থী উদযাপন।নাম প্ৰসংগৰে মুখৰিত চৌপাশ l আজি গণেশ চতুৰ্থী l ৰাজ্যৰ চাৰিওফালে উদযাপন কৰা হৈছে গণেশ চতুৰ্থী l বুধবাৰে বিয়লি প্ৰায় ৬ বজাৰ পৰা অনুষ্ঠিত কৰা হৈছে গোলাঘাট বেঙেনাখোৱাত গণেশ পূজা l নাম প্ৰসংগৰে মুখৰিত হৈ পৰা দেখা গৈছে l সহস্ৰাধিক ভক্তৰ সমাগমেৰেৰে অনুষ্ঠিত কৰা হৈছে গণেশ পূজা l বাবা গণেশৰ শ্ৰী স্বৰনত সেৱা লৈছে বৃদ্ধৰ পৰা শিশু লৈ l
Read More News
T & CPrivacy PolicyContact Us