Install App
arindram93
This browser does not support the video element.
চাবুৱা: বৰ্তমানেও অব্যাহত বালিজানৰ গৰাখহনীয়া, সেই স্থানত উপস্থিত হৈ চৰকাৰলৈ স্থায়ী সমাধানৰ দাবী অজাপৰ সভাপতি লুৰীণজ্যেতি গগৈৰ
Chabua, Dibrugarh | Sep 2, 2025
চাবুৱা-লাহোৱাল সমষ্টিৰ বালিজান অঞ্চলত ব্ৰক্ষ্মপুত্ৰৰ গৰাখহনীয়াৰ ভয়াৱহ ৰূপ বৰ্তমানেও অব্যাহত। খহনীয়াৰ বাবে অঞ্চলটোৰ গৃহহীন হৈছে ২৫টা পৰিয়াল। আজি মঙ্গলবাৰে পুৱা ১০:৩০ বজাত সেই স্থানত উপস্থিত হয়গৈ অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ সহ এটা সজাতি দল।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!