Download Now Banner

This browser does not support the video element.

শিৱসাগৰ: ঐতিহাসিক যমুনাৰ বেদখল উচ্ছেদৰ দাবীত শিৱসাগৰত সংগ্ৰামী সেনাৰ অৱস্থান ধৰ্মঘট

Sibsagar, Sivasagar | Aug 2, 2025
ঐতিহাসিক যমুনাৰ বেদখল উচ্ছেদৰ দাবীত শিৱসাগৰত সংগ্ৰামী সেনাৰ অৱস্থান ধৰ্মঘট । ঐতিহাসিক যমুনাৰ লগতে মৰিবিল , ৰূপহী জান বেদখলমুক্ত কৰাৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়িত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত । সংগ্ৰামী সেনাৰ কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত কৰি মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে স্মাৰকপত্ৰ ।
Read More News
T & CPrivacy PolicyContact Us