Download Now Banner

This browser does not support the video element.

মৰিগাঁও: অসমৰ মুখ্যমন্ত্ৰী কোন হ'ব অসমৰ ৰাইজে সিদ্ধান্ত লব জিলাৰ খিলঞ্জীয়া সুৰক্ষা সমিতিৰ কাৰ্যালয়ত মন্তব্য প্ৰকাশ সভাপতিৰ

Marigaon, Morigaon | Aug 25, 2025
অসমৰ মুখ্যমন্ত্ৰী কোন হ'ব অসমৰ ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিব। জমিয়ত আৰু মাদানী বিস্ফোৰক মন্তব্য পিছতে খিলঞ্জীয়া সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ডঃ বিমল জ্যোতি বৰদলৈ প্ৰতিক্ৰিয়া প্ৰকাশ ।আজি মৰিগাঁও জিলাৰ খিলঞ্জীয়া সুৰক্ষা সমিতিৰ কাৰ্যালয়ত মন্তব্য প্ৰকাশ কৰে সভাপতি গৰাকীয়ে ।
Read More News
T & CPrivacy PolicyContact Us