Download Now Banner

This browser does not support the video element.

তিনিচুকীয়া: সদৰৰ পৰা মাকুমলৈ অহা এখন অটোত মণিবেগ চুৰি কাণ্ডৰ ঘটনা

Tinsukia, Tinsukia | Sep 26, 2025
শুকুৰবাৰে দুপৰীয়া প্ৰায় ১২.৩০ মিনিটত তিনিচুকীয়াৰ পৰা মাকুমলৈ অহা এখন অটোত দুগৰাকী মহিলা যাত্ৰীৰ দ্বাৰা মনিবেগ চুৰিকাণ্ডৰ ঘটনা সংঘটিত । জানিবলৈ দিয়া অনুসৰি চুৰি কাৰ্য সংঘটিত কৰা যাত্ৰী দুগৰাকীৰ এগৰাকী চালকজনৰ কাষত আৰু এগৰাকীয়ে শিশু এটা লৈ অহা অৱস্থাত মাজৰ আসনত বহি আহি যাত্ৰীৰ পৰা মনিবেগ লৈ মাকুম অটো ষ্টেণ্ডত নামি অটো খনৰ পৰা হঠাতে নিৰুদ্দেশ হয় ।
Read More News
T & CPrivacy PolicyContact Us