Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: গোলকগঞ্জৰ হালাকুৰা বজাৰত নকল নোট উদ্ধাৰ

Dhubri Part, Dhubri | Sep 4, 2025
গোলকগঞ্জ আৰক্ষীৰ অভিযানত জব্দ ২০০ আৰু ৫০০ টকীয়া নকল নোট। নকল নোটৰ ব্যৱসায়ৰ লগত জড়িত আবু তাহেৰ আলীক আটক। গোপন খবৰৰ ভিত্তিত গোলকগঞ্জ আৰক্ষীয়ে হালাকুৰা আসাম গ্ৰামীণ বিকাশ বেংকৰ সন্মুখত অভিযান চলায়।
Read More News
T & CPrivacy PolicyContact Us