Download Now Banner

This browser does not support the video element.

ওদালগুৰি: মধ্য শিলপোটাত নৱনিৰ্মিত শিৱ মন্দিৰৰ প্ৰাৰ্থনা গৃহৰ শুভ উদ্বোধন কৰে বিটিআৰৰ ইএম দিগন্ত বৰুৱাই

Udalguri, Udalguri | Aug 25, 2025
মুদৈবড়ী পৰিষদীয় সমষ্টিৰ মধ্য শিলপোটা শিৱ মন্দিৰৰ প্ৰাৰ্থনা গৃহ এটি নতুনকৈ নিৰ্মাণ কৰা হয়।২০২৪-২৫ বিত্তীয় বৰ্ষৰ এমচিএলএ এলএডি ফান্দৰ অধীনত প্ৰায় তিনি লাখ টকা ব্যয় সাপেক্ষে উক্ত প্ৰাৰ্থনা গৃহটো নতুনকৈ নিৰ্মাণ কৰা হয়। উক্ত নৱ নিৰ্মিত প্ৰাৰ্থনা গৃহটো শুভ উদ্বোধন কৰি ৰাইজৰ সতে বাৰ্তালাপ কৰে বিটিআৰৰ ইএম দিগন্ত বৰুৱাই। উক্ত সময় চোৱাত ইএম গৰাকীৰ সতে আমন্ত্ৰিত বিশিষ্ট ব্যক্তি, মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদকৰ লগতে অঞ্চলৰ ধৰ্মপ্ৰাণ ৰাইজ উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us