This browser does not support the video element.
মৰঙী: গৌৰব গগৈৰ প্ৰসঙ্গত গোলাঘাত লেটেকুজানত বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ
Morangi, Golaghat | Sep 10, 2025
গৌৰব গগৈৰ প্ৰসঙ্গত গোলাঘাত লেটেকুজানত বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ। আমি চিনেমা কৰি থকা নাই বুলি বুধবাৰে বিয়লি প্ৰায় ৩ বজাত মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ।গৌৰৱ গগৈৰ প্ৰসংগত - Sit ৰ প্ৰতিবেদন ৬ বজাত দিয়াৰ পিছতহে ব্যৱস্থা হব । প্ৰতিবেদন তন্ন তন্ন কৈ পৰীক্ষা কৰাৰ পিছত হে গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ সমগ্ৰ ঘটনা পোহৰলৈ আহিব। টিভিত আলোচনা চক্ৰ পাতি এই বিচাৰ কৰিব নোৱাৰি বুলি তাপয্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ।