Install App
malobikabora1991
This browser does not support the video element.
গোলাঘাট: জিলা বি জে পি কাৰ্য্যালয়ত দীনদয়াল উপাধ্যায়ৰ জন্ম জয়ন্তী উদযাপন,অনুষ্ঠানৰ প্ৰথমতেই কণ্ঠশিল্পি জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি
Golaghat, Golaghat | Sep 25, 2025
একাত্ম মানৱতাৰ স্ৰষ্টা আৰু প্ৰখৰ ৰাষ্ট্ৰবাদী নেতা পণ্ডিত দীনদয়াল উপাধ্যায় দেৱৰ জন্ম জয়ন্তী উপলক্ষে বৃহস্পতি বাৰে বিয়লি প্ৰায় ৫ বজাত ভাৰতীয় জনতা পাৰ্টি গোলাঘাট জিলাৰ কাৰ্যালয়ত সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ উপস্থিতিত এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়। সভাৰ আৰম্ভনি মূহুৰ্তত আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনোৱা হয়।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!