This browser does not support the video element.
নগাঁও: মাণ্ডলিক গৱেষণা কেন্দ্ৰ চিলঙনীত ৰবি বতৰৰ মাণ্ডলিক গৱেষণা আৰু সম্প্ৰসাৰণ পৰামৰ্শদাতা সমিতিৰ সভা অনুষ্ঠিত
Nagaon, Nagaon | Sep 10, 2025
অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মাণ্ডলিক গৱেষণা কেন্দ্ৰ চিলঙনীত ৰবি বতৰৰ মাণ্ডলিক গৱেষণা আৰু সম্প্ৰসাৰণ পৰামৰ্শদাতা সমিতিৰ সভা অনুষ্ঠিত ।বুধবাৰে বিয়লি প্ৰায় তিনি মান বজাত অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মাণ্ডলিক গৱেষণা কেন্দ্ৰ চিলঙনীত বুধবাৰে মধ্য ব্ৰক্ষ্মপুত্ৰ উপত্যকা মণ্ডলৰ ৰবি বতৰৰ মাণ্ডলিক গৱেষণা আৰু সম্প্ৰসাৰণ পৰামৰ্শদাতা সমিতিৰ সভা অনুষ্ঠিত হয়। মধ্য মণ্ডলৰ যুটীয়া সঞ্চালক(কৃষি) ভৱানী কুমাৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আৰম্ভণি ভাষন প্ৰদান কৰি মাণ্ডলিক গৱ