This browser does not support the video element.
মঙলদৈ ভাগ: হাজৰিকা পাৰা ত ৰাইজে আবদ্ধ কৰি এজন চাইকেল চোৰক আৰক্ষীক গতাই দিয়ে
Mangaldoi Part, Darrang | Sep 10, 2025
কিছুদিন পূৰ্বে ছিপাঝাৰৰ হাজৰিকাপাৰাত অবস্থিত গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদৰ বাহিৰৰ পৰা ছাত্ৰ দুজনৰ চুৰি হৈছিল চাইকেল।চুৰি কাণ্ড দৃশ্য আবদ্ধ হৈছিল চি চি টি ভিৰ কেমেৰাত।পুনৰ সেই চোৰ গৰাকী হাজৰিকা পাৰা অঞ্চলত বুধবাৰে নিশা ৮ মান বজাত চোৰ কৰিবলৈ আহোঁতে ৰাইজে আবদ্ধ কৰি ছিপাঝাৰ আৰক্ষীক গতাই দিয়ে।চোৰ গৰাকী ঘৰ দিঘীৰ পাৰ বনিয়া পাৰাৰত।