Download Now Banner

This browser does not support the video element.

পশ্চিম যোৰহাট: ষ্টেডিয়ামত মাংগলিক কৰ্ম ,ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰে জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠিত হব , আৱৰ্ত ভৱনত উল্লেখ জিলা আয়ুক্তৰ

Jorhat West, Jorhat | Sep 28, 2025
১ অক্টোবৰত যোৰহাট ষ্টেডিয়ামত মাংগলিক কৰ্ম আৰু ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰে জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠিত হব। জিলা আয়ুক্ত জয় শিৱানীয়ে আজি এই সন্দৰ্ভত আৱৰ্ত ভৱনত সংবাদ মেল সম্বোধন কৰে । জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ বাবে ইতিমধ্যেই ৪৮ জনীয়া কৰ্ণধাৰ সমিতি গঠন কৰা হৈছে । দল সংগঠন , সাংবাদিক , সাধাৰণ ৰাইজক লৈ গঠন কৰা হৈছে এই সমিতি ।
Read More News
T & CPrivacy PolicyContact Us